(১)
ৰাগ :ধনশ্ৰী
ধ্ৰুং – মন মেৰি ৰাম চৰনহি লাগু ৷
তই দেখনা অন্তক আগু ৷৷
পদ- মন আয়ু ক্ষণে ক্ষণে টুটে ৷
দেখ প্ৰাণ কোন দিন ছুটে ৷৷
মন কাল অজগৰে গিলে ৷
জান তিলেকে মৰণ মিলে ৷৷
মন নিশ্বয় পতন কায়া ৷
তই ৰাম ভজ তেজি মায়া ৷৷
ৰে মন ইসৱ বিষয় ধান্দা ৷
কেনে দেখি নেদেখহ আন্ধা ৷৷
মন সুখে পাৰ কৈছে নিন্দ ৷
তই চেতিয়া চিন্ত গোবিন্দ ৷৷
মন জানিয়া শংকৰে কহে ৷
দেখ ৰাম বিনে গতি নহে ৷৷
~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~
(২)
ৰাগ – ধনশ্ৰী
ধ্ৰুং. - ৰাম মেৰি হৃদয় পংকজে ৰৈছে৷
ভাই চিত্ত নাচিন্তস কৈছে৷৷
পদ- জগ তাৰক যাকেৰি নাম৷
দেখো যো পুণু আপুণ ঠাম ৷৷
ৰাম সুহৃদ সোদৰ মাতা. ৷
জান ৰামেসে অভয় দাতা৷৷
ৰাম ভকত পৰম নিধি ৷
ৰাম বিনে নাহি একো সিদ্ধি ৷৷
ৰাম ইহ পৰলোক গতি৷
তাহে দেখো নাহি মন্দমতি৷৷
কৃষ্ণ কিংকৰে শংকৰে ভাণ৷
ৰাম বিনে নাহি গতি আন৷৷
~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~
ধ্ৰুং. - ৰাম মেৰি হৃদয় পংকজে ৰৈছে৷
ভাই চিত্ত নাচিন্তস কৈছে৷৷
পদ- জগ তাৰক যাকেৰি নাম৷
দেখো যো পুণু আপুণ ঠাম ৷৷
ৰাম সুহৃদ সোদৰ মাতা. ৷
জান ৰামেসে অভয় দাতা৷৷
ৰাম ভকত পৰম নিধি ৷
ৰাম বিনে নাহি একো সিদ্ধি ৷৷
ৰাম ইহ পৰলোক গতি৷
তাহে দেখো নাহি মন্দমতি৷৷
কৃষ্ণ কিংকৰে শংকৰে ভাণ৷
ৰাম বিনে নাহি গতি আন৷৷
~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~
(৩)
ৰাগ : গৌৰী
ধ্ৰুং || নাহি নাহি ৰময়া বিনে তাপ-তাৰক কোই |
পৰমানন্দ পদ মকৰন্দ সেবহু মন মোই ||
পদ || তীৰথ বৰত তপ জপ যাগ যোগ যুগুতি |
মন্ত্ৰ পৰম ধৰম কৰত নাহি মুকুতি ||
মাতা পিতা পতনী তনয় জনয় সৱ মৰণা |
ছাড়হু ধন্ধ মানস অন্ধ ধৰতু হৰি চৰণা ||
কৃষ্ণ কিঙ্কৰ শঙ্কৰ কহ বিছুৰি বিষয় কামা |
ৰাম চৰণ লেহোঁ শৰণ জপ গোবিন্দক নামা ||
~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~
ৰাগ- আশোৱাৰী
ধ্ৰুং।। আনন্দে গোবিনন্দে বায় বৃন্দাবনে বেণু।
ৰূপে ভুৱন বুলে, ৰহিয়া কদম্ব মুলে,
কালিন্দী তীৰে ৰাখে ধেনু।।
পদ।। গোপশিশু সঙ্গে চলে শিৰে শিখণ্ডক দুলে
কৰ্ণে কুণ্ডল গণ্ড লোলে
কেয়ুৰ কঙ্কণ কৰে উৰে বনমালা লুলে
মধুৰ মধুপ মধু ভুলে।।
কটি কাঞ্চী কিঙ্কীণী বাজত ৰিণি ঝিনী
শ্যামতনু শোভে পীতবাসে।
বাম-কাষে সিঙা বেত অৰুন পঙ্কজ নেত্ৰ
কণ্ঠে কৌস্ত্তভ পৰকাশে।।
ত্ৰিভঙ্গ ললিত হাস কৰু হৰি ভ্ৰূৱ ভাস
দৰশিয়া লীলা বিলাসে।
চৰণে মঞ্জীৰ ঝুৰে উচ্চায়া পঞ্চম পুৰে
শঙ্কৰে কহে অভিলাষে।।
(৫)
ধ্ৰুং।। জীৱতু জয় যশোৱা-নন্দন আনন্দপদ পাই।নাচতু চনি, গোপ-গোপিনী হাতে তালি বজাই।।
পদ।। যোহি জগত জীৱ জনক
যাহে নাহি সম কোই।
সোহি পৰম পুৰুষোত্তম
ৰাখত তনু তোই।।
বামন পহু বাহিৰে ৰহু
কৰতু বিঘিনি নাশা।।
অন্তৰে তেৰি ৰাখতু হৰি
কহতু কৃষ্ণকু দাসা।।
~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~
(৬)
ৰাগ : ধনশ্ৰী
ধ্ৰুং || নাৰায়াণ , কাহে ভকতি কৰো তেৰা |
মেৰি পামৰ মন , মাধৱ ঘনে ঘন , ঘাতুক পাপ না ছোৰা ||
পদ || যত জীৱ জঙ্গম কীট পতঙ্গম
অগ নগ জগ তেৰি কায়া |
সবকহু মাৰি পূৰত ওহি উদৰ
নাহি কৰত ভূত দায়া ||
ঈশ স্বৰূপে হৰি সব ঘটে বৈঠহ
যৈচন গগণ বিয়াপি |
নিন্দা বাদ পৈশূন্য হিংসা হেৰি
তাঁহে কৰোহোঁ হামু পাপী ||
কাকু শংকৰ কয় কৰহু কৰুণা নাথ
যোনো চাড়োহোঁ ৰাম বাণী |
সব অপৰাধক বাধক তুৱা নাম
তাহে শৰণ লেহোঁ জানি ||
~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~
(৭)
ৰাগ : আশোৱাৰী
ধ্ৰুং || শুন শুনৰে, সুৰ-বৈৰী প্ৰমাণা, নিশাচৰ-নাশ-নিদানা |
ৰাম-নাম-যম, সমৰক সাজিয়ে, সমদলে কয়লি পয়াণ ||
পদ || ঠাট প্ৰকট পটু কোটি কোটি কপি
গিৰি গড় গড় পদ ঘাৱে |
বাৰিধি তীৰ তৰি কৰে গুৰুতৰ গিৰি
ধৰি ধৰি সমৰক ধাৱে ||
হাট ঘাট বহু বাট বিয়াপি
চৌগড় বেড়লি লঙ্কা |
গুৰু ঘন ঘন ঘোৰ ঘৰিষণ গৰ্জ্জন
শ্ৰৱণে জনময় শঙ্কা ||
ধীৰ-বীৰ-শূৰ শেখৰ ৰাঘৱ
ৰাৱণ তুৱা পৰি ঝাম্পে ।।
সুৰ নৰ কিন্নৰ ফণধৰ তৰতৰ
মহীধৰ তৰসি প্ৰকাম্পে ||
অন্ধ মুগুধ দশকন্ধ পাপ বুধ
জানকী শিৰত চড়ায় |
ৰঘূপতি-পদ-বৰ ধৰ ৰজনীচৰ
শঙ্কৰ কহতু উপায় ||
~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~
(৮)
ৰাগ : কেদাৰ
ধ্ৰুং || পাৱে পৰি হৰি কৰোহোঁ কাতৰি প্ৰাণ ৰাখবি মোৰ ||
বিষয় বিষধৰ , বিষে জৰ জৰ , জীৱন নাৰহে মোৰ ||
পদ || অথিৰ ধন জন জীৱন যৌৱন
অথিৰ এহু সংসাৰ |
পুত্ৰ পৰিবাৰ সবহু অসাৰ
কৰবো কাহেৰি সাৰ ||
কমল দল জল চিত্ত চঞ্চল
থিৰ নোহে তিল এক |
নাহি ভয়ো ভৱ ভোগে হৰি হৰি
পৰম্পদ পৰতেক ||
কহতু শংকৰ এদুঃখ সাগৰ
পাৰ কৰা হৃষীকেশ |
তুহু গতি মতি দেহু শ্ৰী পতি
তত্ত্ব পন্থ উপদেশ ||
~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~
(৯)